← ফুৰি যাওক

বিটলীয়া

biṭalīẏā

অৰ্থ

1.

অসৎ, ধূৰ্ত্ত

a cheat; rogue

বিণ.

2.

অ'ৰ কথা ত'ত লগাই ফুৰা দুতলীয়া স্বভাবৰ

one who indulges in acts of double dealing; unreliable

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

বিটলীয়া · অসমীয়া অভিধান