কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চৰ্চ্চিতsor.sitProper Adj.
যাৰ আলোচনা বা চৰ্চা হৈ গৈছে ৷
Something that has already been talked off.
- চৰ্চৰীয়াcarcarīẏāNoun
অলপকৈ পানী দি ভজাৰ দৰে ৰন্ধা আঞ্জা; নিৰহ বা জোল নৰখাকৈ বন্ধা আঞ্জা
curry cooked almost dry
- চৰ্তসাপেক্ষsor.to.xa.pe.khyoProper Adj.
কোনো চৰ্তৰ ওপৰত নিৰ্ভৰশীল৷
depending on a condition or conditions.
- চৰ্তহীনsor.to.hinProper Adj.
কোনো পুৰ্বচৰ্ত নথকা
without conditions or limitations in an agreement
- চৰ্ত্তহীনsot.to.hinProper Adj.
কোনো পুৰ্বচৰ্ত নথকা
without conditions or limitations in an agreement
- চৰ্বণcarbaṇaAdjective
চোবোবা
the act of chewing
- চৰ্বিতcarbitaAdjective
চোবোবা; দাঁতেৰে ভাঙি গুৰি কৰা
chewed
- চৰ্ব্বণcarbbaṇaAdjective
চোবোবা
the act of chewing
- চৰ্ব্বিতcarbbitaAdjective
চোবোবা; দাঁতেৰে ভাঙি গুৰি কৰা
chewed
- চৰ্ব্ব্যsor.byoProper Adj.
চোবোৱাৰ যোগ্য বা চোবাবলগীয়া৷
capable of being chewed.
- চৰ্ম-ছেদীAdjective
পুৰুষাঙ্গৰ মূৰৰ ছাল কটা
circumcised
- চৰ্ম্ম-ছেদীAdjective
পুৰুষাঙ্গৰ মূৰৰ ছাল কটা
circumcised
- চৰ্ম্মছেদীsor.mo.se.diProper Adj.
যাৰ পুৰুষাঙ্গৰ মূৰৰ ছাল কটা হৈছে
(a man) whose prepuce has been cut or removed, as a religious rite