← ফুৰি যাওক

চৰ্চৰীয়া

carcarīẏā

অৰ্থ

1.

অলপকৈ পানী দি ভজাৰ দৰে ৰন্ধা আঞ্জা; নিৰহ বা জোল নৰখাকৈ বন্ধা আঞ্জা

curry cooked almost dry

বি.

2.

নিৰহ পৰা; পানী মাৰ যোবা; অলপ শুকোবা বা শুকাবলৈ ধৰা; যেনে-"চোতালখন বা ঘাডোখৰ চৰ্চৰীয়া পৰিছে"

slightly dried up

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ