কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অধৈৰ্য্যadhairyyaAdjective
ধৈৰ্য্যহীন; ব্যাকুল; উদ্বিগ্ন; অস্হিৰ; চঞ্চল
impatient; agitated
- অধোগামীAdjective
অধোগতি হোবা; তললৈ যোবা; নৰকলৈ যোবা
degraded; going to damnation or hell; damn
- অধোবদনo.dho`.bo.donVerbal Adj.
সন্মান দেখুৱাবলৈ বা বশ্যতা স্বীকাৰ কৰি কাৰোবাৰ প্ৰতি মূৰ দোঁওৱা অৱস্থা।
bowing down to someone to show respect or submissiveness.
- অধোমুখAdjective
তললৈ মুখ কৰা; তললৈ মূৰ কৰা
looking down
- অধোমুখীProper Adj.
তলৰফালে, ভূমিৰ ফালে বা সংযোগ বিন্দুৰ দিশে মুখ কৰি থকা
towards the base or point of attachment
- অধ্বংসনীয়o.dhong.xo.ni.yoProper Adj.
যাক ধ্বংস কৰিব নোৱাৰি |
Something which can not be destroyed.
- অধ্যাত্মadhyātmaAdjective
যি আত্মাক বিয়পি থাকে; পৰমাত্মা- সম্পৰ্কীয়; শৰীৰ বা চিত্ত-সম্পৰ্কীয়
concerning the supreme spirit, body or mind
- অধ্যাসীনadhyāsīnaAdjective
বহি থকা; উপবিষ্ট; অধিষ্ঠিত
seated
- অধ্যুষিতProper Adj.
উপনিৱেশ হিচাপে বা উপনিৱেশত স্থাপন কৰা ।
Settled as a colony or settled in a colony.
- অধ্যূষিতadhyūṣitaAdjective
অধিষ্ঠিত; য'ত বাস কৰা হয়
inhabited
- অধ্যয়ন-পিয়াসীo.dhyon.pi.ya.xiProper Adj.
পঢ়া-শুনাত আগ্ৰহী, অনুৰক্ত আৰু এই বিষয়ত যথেষ্ট সময় কটোৱা ব্যক্তি
devoted to study; spending a lot of time studying and reading
- অধ্যয়নপুষ্টodho.yon.pus.toProper Adj.
বহু কিতাপ অধ্যয়ন কৰা আৰু তাৰ ফলত যথেষ্ট জ্ঞান অৰ্জা
having read many books and therefore having gained a lot of knowledge
- অধ্যয়নশীলo.dhyon.xilProper Adj.
পঢ়া-শুনাত আগ্ৰহী, অনুৰক্ত আৰু এই বিষয়ত যথেষ্ট সময় কটোৱা ব্যক্তি
devoted to study; spending a lot of time studying and reading
- অধ্যৱসায়ীo.dhyo.wo.xa.yiProper Adj.
অসুবিধা স্বত্ত্বেও কোনো কাম কৰাৰ দৃঢ়তা থকা, বিশেষকৈ যেতিয়া আনসকলে বিৰোধিতা কৰে আৰু ভাবে যে আপুনি আমনিদায়ক আৰু আপোনাৰ স্থিতি অযুক্তিকৰ
having determination to do something in spite of difficulties, especially when other people are against you and think that your are being annoying and unreasonable
- অধৰমীAdjective
অধৰ্ম্মী।
- অধৰ্তব্যadhartabyaAdjective
ধৰিব নলগা; ধৰিবৰ অযোগ্য; সামান্য
trifle; not fit for consideration; negligible
- অধৰ্ত্তব্যadharttabyaAdjective
ধৰিব নলগা; ধৰিবৰ অযোগ্য; সামান্য
trifle; not fit for consideration; negligible
- অধৰ্মী
ধৰ্ম্মত নচলা লোক; পাপী; অন্যায়কাৰী
vicious or sinful man; injurer
- অধৰ্ম্মী
ধৰ্ম্মত নচলা লোক; পাপী; অন্যায়কাৰী
vicious or sinful man; injurer
- অনক্ষৰanakṣaraAdjective
নিৰক্ষৰ; আথৰ নিচিনা; লিখা-পঢ়া নজনা; মূৰ্খ
unlettered; illiterate; ignorant