কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘অ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- অভ্যাসবশতঃAdverb
অভ্যাস অনুসৰি, বা সাধাৰণতে কৰি থকা ধৰণে
as a habit, or an established manner of doing or acting
- অভ্যৰ্থনা কৰ্o.bhyor.tho.na korVerb-Trans.
আদৰ-আশ্বাস কৰ্
to offer hospitality
- অভ্যৱহাৰo.bhyo.bo.harVerbal Noun
ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
The act of consuming food.
- অভ্যৱহৰণo.bhyo.bo.ho.ronVerbal Noun
ভাত পানী বা আন কোনো আহাৰ খোৱা কাৰ্য৷
The act of consuming food.
- অভয়-দানo.bhoy-danVerbal Noun
সুৰক্ষা নিশ্চিত কৰাৰ বাবে কৰা অঙ্গীকাৰ।
promise for ensuring protection; assurance of safeguard.
- অমনোনীতo.mo.no`.nitVerbal Adj.
কোনো পদবীত নিযুক্তি অথবা নিৰ্বাচনৰ বাবে প্ৰস্তাৱ নকৰা
not proposed for appointment or election to an office
- অমনোযোগিতাৰেo.mo.no`.jo`.gi.ta.reAdverb
যথোপযুক্ত মনোযোগ নিদিয়াকৈ
without paying due attention
- অমলে থʼVerb-Intran.
কোনো বস্তুৰ ওপৰৰ অংশ কিহবাত বান্ধি থৈ বাকী অংশ মুকলিকৈ লৰ-চৰ কৰিব পৰাকৈ ৰাখ্
to fasten or support something at the top leaving the other parts free to move, or to be held in this way.
- অমাতেo.ma.teAdverb
কোনো শব্দ নকৰাকৈ
without making any noise or sound
- অমানুষিকভাৱেo.ma.nu.xik.bha.beAdverb
মানৱীয় অনুভূতিহীনভাৱে কৰা বা হোৱা৷
In a manner inflicting extreme pain or suffering.
- অমান্তি হo.man.ti hoVerb-Trans.
বিপৰীত মতামত বা দাবী উত্থাপন কৰ্
to assert an opposing views or claims
- অমান্য কৰ্o.ma.nyo korVerb-Trans.
কোনো আদেশ মানিবলৈ অমান্তি হ বা তাক মুকলিকৈ বাধা দে
Refuse to obey or resist openly
- অমানৱীয়ভাৱেo.ma.no.bi.yo.bha.beAdverb
মানৱীয় অনুভূতিহীনভাৱে কৰা বা হোৱা৷
In a manner inflicting extreme pain or suffering.
- অমায়িকভাৱেo.ma.yik.bha.beAdverb
সৌজন্যতা দেখুৱাই কৰা কোনো কাম বা আচৰণ ৷
In a civil manner with due respect and kind.
- অমৰ কৰ্o.mor korVerb-Trans.
কিহবাক মৃত্যুহীন বা চিৰঞ্জীৱী কৰি তোল্
to make something immortal or everlasting
- অমৰ্যাদাo.mor.ja.daVerbal Noun
লোকক ঠাট্টা-মস্কৰা কৰিবলৈ ব্যৱহাৰ কৰা কথা অথবা কাৰ্য্য|
treatment or behavoir with lack of respect, esteem, or courteous regard; Language or behaviour intended to mock or humiliate.
- অযতনেo.jo.to.neAdverb
অৱহেলা বা অনাদৰ কৰি; কোনো গুৰুত্ব নিদিয়াকৈ।
with neglect or showing no proper care or concern.
- অযত্নেo.jot.neAdverb
অৱহেলা বা অনাদৰ কৰি; কোনো গুৰুত্ব নিদিয়াকৈ।
with neglect or showing no proper care or concern.
- অযাচিতেo.ja.si.teAdverb
দিয়াৰ বাবে কাৰোবাক অনুৰোধ নকৰাকৈ।
without being solicited or asked for.
- অযুগুতভাৱেo.ju.gut.bha.beAdverb
unlawfully, do something by breaking some law or rule