অমান্য কৰ্
o.ma.nyo kor
অৰ্থ
1.
কোনো আদেশ মানিবলৈ অমান্তি হ বা তাক মুকলিকৈ বাধা দে
Refuse to obey or resist openly
সকৰ্মক ধাতু
সমাৰ্থক শব্দ
2.
কোনো আইন অথবা চুক্তি ভংগ কৰ্
To break the law or an agreement.
সকৰ্মক ধাতু
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ