কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘খ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- খুউৱা-ধুউৱাkhu.u.wa-dhu.u.waAbstract Noun
অতিথিক কৰা শুশ্ৰুষা ।
Friendly reception and treatment of guests or strangers.
- খুকুন্দাAbstract Noun
কিবা হ’ব বুলি, বিশেষকৈ অশুভ কিবা ঘটিব বুলি অনুমান কৰি চিন্তা কৰা।
act of suspecting something, especially something wrong.
- খুকুৰাkhukurāNoun
বহুত বয়সলৈকে বিয়া নোহোবা আৰু ছোবালী নোপোবা ডেকা ল'ৰা; থুপৰা
a young man remaining unmarried being unable to secure a girl
- খুকুৰিkhukuriNoun
নেপালী দা
kukri, a Nepalese dāo
- খুচkhucaNoun
ফুৰ্ত্তি; ৰং-ধেমালি
mirth; joy
- খুচনামkhucanāmaNoun
সুখ্যাতি
reputation; fame
- খুচিkhuciNoun
ইচ্ছা
will desire
- খুচুৰ খুচুৰkhucura, khucuraNoun
লাহে লাহেকৈ হোবা খচ্খচ্ শব্দ; মাটি বা বালিত খুঁচিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by thrusting a stick into earth or sand
- খুচুৰাkhucurāNoun
অলপ পৰিমাণৰ; অলপীয়া; কম; তাকৰীয়া
taken in small quantities
- খুচুৰা দোকানীkhu.su.ra. do`.ka.niCommon Noun
গ্ৰাহকক তাকৰীয়াকৈ বস্তু বেচোঁতা ৷
one who sales goods in small quantities to consumer.
- খুচুৰা পইছাkhu.su.ra poi.saMaterial Noun
মুদ্ৰণ কৰা এডোখৰ সৰু চেপেটা ধাতু যাৰ বিনিময়ত বস্তু কিনা-বেছা কৰিব পাৰি৷
Stamped disc of metal which is used as official money
- খুচুৰা বিক্ৰীkhu.su.ra bi.kriAbstract Noun
খুচুৰা বা কম পৰিমাণৰ বস্তু নিৰ্দ্দিষ্ট এখন দোকানৰ জৰিয়তে নিৰ্দ্দিষ্ট নিৰিখত বিক্ৰি কৰা পদ্ধতি ৷
a system for saling of goods from a fixed shop at the rate of smaller quantity.
- খুচুৰা বিক্ৰীদাৰkhu.su.ra bi.kri.darCommon Noun
গ্ৰাহকক তাকৰীয়াকৈ বস্তু বেচোঁতা ৷
one who sales goods in small quantities to consumer.
- খুচুৰা বিক্ৰেতাkhu.su.ra bi.kre.taCommon Noun
গ্ৰাহকক তাকৰীয়াকৈ বস্তু বেচোঁতা ৷
one who sales goods in small quantities to consumer.
- খুচ্মুচনিNoun
খুচ্মুচ্ কৰা কাৰ্য্য।
- খুচ্মুচ্khucmucNoun
অলপকৈ হাত-ভৰি বা গা লৰালে নতুবা আন বস্ত্ত লৰ-চৰ বা ঠেলাঠেলি কৰিলে হোবাৰ নিচিনা শব্দ
an imitative word used to express the sound produced by slightly moving the limbs or shaking or pushing other similar things
- খুচৰইkhucaraiNoun
সুগন্ধ
sweet smell; fragrance
- খুছkhuchaNoun
ফুৰ্ত্তি; ৰং-ধেমালি
mirth; joy
- খুছনামkhuchanāmaNoun
সুখ্যাতি
reputation; fame
- খুছিkhuchiNoun
ইচ্ছা
will desire