কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জৰাজীৰ্ণjo.ra.jir.noProper Adj.
অতি শোচনীয় বা ধ্বংসপ্ৰাপ্ত অৱস্থাত থকা।
In despair or ruin or in very bad condition.
- জৰাজৰVerbal Adj.
বেদনাত কাতৰ বা পীড়িত
suffering from mental or emotional distress
- জৰাতুৰjarāturaAdjective
বুঢ়া বয়সৰপৰা দুখ পোবা; অতি বুঢ়া; বুঢ়া বয়সৰ বাবে লৰচৰ কৰিব নোবৰা
very old and weak; decrepit
- জৰিতjo.ri.toVerbal Adj.
দুটা বা ততোধিক প্ৰক্ৰিয়া, মানুহ, বস্তু অথবা ঘটনাৰ মাজত সম্বন্ধ থকা|
Having a link between two or more systems, persons, objects, events etc.
- জৰীয়াjarīẏāAdjective
জৰে পীড়া কৰা; জৰে ধৰা; জৰ থকা; . বি. জৰে ধৰা মুনিহ বা তিৰোতা
suffering from fever ; one attacked with fever
- জৰুলjarulaAdjective
বৰ আবশ্যকীয়; বিলম্ব কৰিব নোবৰা
important; urgent
- জৰুলীAdjective
বৰ আবশ্যকীয় আৰু পলম কৰিব নোবৰা
urgent
- জৰুৰjaruraAdjective
বৰ আবশ্যকীয়; বিলম্ব কৰিব নোবৰা
important; urgent
- জৰুৰীAdjective
বৰ আবশ্যকীয় আৰু পলম কৰিব নোবৰা
urgent
- জৰুৰীকালীনjo.ru.ri.ka.linProper Adj.
হঠাতে বা অপ্ৰত্যাশিতভাৱে আবিৰ্ভাৱ হোৱা
arising casually or unexpectedly
- জৰুৱাjo.ru.waProper Adj.
শীত কালত হোৱা বিষয়ক ৷
characteristic of or occurring in winter.
- জৰৌৰবাjaraurabāAdjective
অনেক ফুটা থকা; অনেক ফুটাৰে পানী যোবা (লোটা, চাল আদি)
full of holes
- জৰৌৰৱাj.rou.ro.waProper Adj.
অনেক ফুটা থকা
consisting of lots of holes
- জৰ্জ্জৰjor.jorVerbal Adj.
লাজত মলিন হোৱা
Feeling or caused to feel uneasy and self-conscious.
- জৰ্জ্জৰ-মৰ্ম্মৰjarjjara-marmmaraAdjective
কোনো দুৰ্নাম বা দুষ্কৰ্ম প্ৰকাশ হোবাত মনত কষ্ট পোবা; অপমানৰ বাবে মৰা যেন হোবা
abshed; wounded in heart
- জৰ্জ্জৰীকৱতjarjjarīkawataAdjective
জৰ্জ্জৰিত।
- জৰ্জৰ-মৰ্মৰjarjara-marmaraAdjective
কোনো দুৰ্নাম বা দুষ্কৰ্ম প্ৰকাশ হোবাত মনত কষ্ট পোবা; অপমানৰ বাবে মৰা যেন হোবা
abshed; wounded in heart
- জৰ্জৰতাjor.jo.ro.taAbstract Noun
মানসিক বা শাৰিৰীক শক্তি ব্যয় হৈ যোৱাৰ ফলত অধিক কাম কৰিবলৈ নোৱাৰা হৈ যোৱা অৱস্থা।
the state of not able to work any more as energy has been spent already.
- জৰ্জৰিতjarjaritaAdjective
বেদনাৰ গতিকে কাতৰ বা পীড়িত
pained; hurt
- জৰ্জৰীয়াjarjarīẏāAdjective
শুকাই এটা এটা অৰ্থাৎ কাৰো গাত কেও নলগা হোবা; লেটি-পেটি নহৈ গোট গোট হৈ থকা (গুড়ি বা সৰু সৰু বস্ত্ত)
dry and not sticking