জৰ্জৰীয়া
jarjarīẏā
অৰ্থ
1.
শুকাই এটা এটা অৰ্থাৎ কাৰো গাত কেও নলগা হোবা; লেটি-পেটি নহৈ গোট গোট হৈ থকা (গুড়ি বা সৰু সৰু বস্ত্ত)
dry and not sticking
বিণ.
2.
কোনো দায় বা কামৰ লেঠাৰপৰা মুক্ত; লেঠা নথকা; জঞ্জালশূন্য
feed from responsibility or entanglement
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ