← ফুৰি যাওক

জৰুল

jarula

অৰ্থ

1.

বৰ আবশ্যকীয়; বিলম্ব কৰিব নোবৰা

important; urgent

বিণ.

সমাৰ্থক শব্দ

2.

বিলম্ব নকৰাকৈ; শীঘ্ৰে

urgently

ক্ৰি. বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জৰুল · অসমীয়া অভিধান