কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আহাৰাৰ্থীa.ha.rar.thiVerbal Adj.
যি খায় বা খাদ্য গ্ৰহণ কৰে
one who eats or consumes food
- আহাৰীa.ha.riVerbal Adj.
যি খায় বা খাদ্য গ্ৰহণ কৰে
one who eats or consumes food
- আহি পাa.hi paVerb-Intran.
কোনো স্থানত গৈ উপস্থিত হ
to come from somewhere else to be present at the current location
- আহুকাল দেa.hu.kal deVerb-Trans.
অসহজ অৱস্থাত পেলা বা বেমেজালিৰ সৃষ্টি কৰ্
to put to inconvenience
- আহ্āhIntransitive verb
আগমন কৰ্; ওচৰ চাপ্
to come; to approach
- আহ্বান কৰ্ah.ban korVerb-Trans.
সহায়-সাৰথি, সহানুভূতি বা ক্ষমা বিছাৰি কাতৰ অনুৰোধ কৰা
to make an earnest request for aid, support, sympathy, mercy,
- আহ্বান জনাah.ban jo.naVerb-Trans.
সহায়-সাৰথি, সহানুভূতি বা ক্ষমা বিছাৰি কাতৰ অনুৰোধ কৰা
to make an earnest request for aid, support, sympathy, mercy,
- আহৰণ কৰ্a.ho.ron korVerb-Trans.
কোনো বস্তু নিজৰ হাতলৈ আন্ বা হস্তগত কৰ্
to receive or come to have possession, use, or enjoyment of
- আয় কৰ্ai korVerb-Trans.
নিজৰ জীৱিকাৰ জৰিয়তে ধন গোটা
to obtain money by means of one's livelihood
- আয়ত্ব কৰ্ayotwo korVerb-Trans.
কোনো কামত পাকৈত হোৱা
to gain expertize on a skill
- আয়াāẏāNoun
ধাই; তিৰোতা বা ল'ৰা- ছোবালীৰ আলপৈচান ধৰা চাকৰণী
aia ; a nurse; a female attendant
- আয়োজন কৰ্a.yo.jon korVerb-Trans.
শৃংখলাৱদ্ধ কৰা, যথোপযুক্তভাৱে ৰখা বা ব্যৱস্থা কৰা
To put in proper order, to dispose (persons, or parts) in the manner intended, or best suited for the purpose; as, troops arranged for battle.
- আৰ-তাৰ পৰাar-tar po.raAdverb
come to know by rumour or hearsay
- আৰকাārakāAdverb
পুনৰায়; আকৌ; যেনে-হেন দেখি পুনঃ কৱষ্ণে বুলিলন্ত; আৰকা লঙ্ঘিলা বেদ" (দশম)।
- আৰক্ষণ কৰ্a.ro.khyon korVerb-Trans.
to ensure a seat for a service such as train, bus or for a theater by paying advanced money
- আৰক্ষিতa.ro.khyitVerbal Adj.
কোনো নিৰ্দ্দিষ্ট ব্যক্তি বা দলে ব্যৱহাৰ কৰাৰ কাৰণে আচুতীয়াকৈ থোৱা
Set aside for the use of a particular person or party.
- আৰম্ভ কৰ্a.rom.bho korVerb-Trans.
কিহবাক দৃষ্টি, জীৱন বা কাৰ্য্যলৈ অনা বা অহা
to come or to bring sth into view, life, or activity
- আৰম্ভণিতেa.rom.bho.ni.teAdverb
সকলোৰে বা সকলোতকৈ আগত থকা, অহা বা হোৱা৷
Come in the first place before anything/anyone else.
- আৰম্ভতেa.rom.bho.teAdverb
সকলোৰে বা সকলোতকৈ আগত থকা, অহা বা হোৱা৷
Come in the first place before anything/anyone else.
- আৰম্ভনিতেa.rom.bho.ni.teAdverb
At the beginning of an event