← ফুৰি যাওক

আয়া

āẏā

অৰ্থ

1.

ধাই; তিৰোতা বা ল'ৰা- ছোবালীৰ আলপৈচান ধৰা চাকৰণী

aia ; a nurse; a female attendant

বি.

2.

আহিল; যেনে-"জনম মৰণ মেৰি নিকটহি আয়া" (বৰগীত)।

ক্ৰি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

আয়া · অসমীয়া অভিধান