কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সন্তনিxon.to.niCommon Noun
যাৰ দ্বাৰা বংশ ৰক্ষা হয়, এতেকে কোনো ব্যক্তিৰ উত্তৰসূৰী ল`ৰা বা ছোৱালী
The immediate descendants of a person.
- সন্তানsantānaNoun
পো বা জী; ল'ৰা-ছোবালী
a child
- সন্তান-সন্ততিxon.tan-xon.to.tiCommon Noun
যাৰ দ্বাৰা বংশ ৰক্ষা হয়, এতেকে কোনো ব্যক্তিৰ উত্তৰসূৰী ল`ৰা বা ছোৱালী
The immediate descendants of a person.
- সন্তানহীনতাxon.tan.hi.no.taAbstract Noun
the state of having no child
- সন্তাপsantāpaNoun
অন্তৰৰ দুখ; মনৰ দুখ; শোক; বেজাৰ; . বিণ. সন্তাপিত।
grief; sorrow
- সন্তুলনxon.tu.lonAbstract Noun
নিজৰ অনুভূতি বা ব্যৱহাৰৰ ওপৰত নিয়ন্ত্ৰণ ৰাখি কৰা শান্ত আৰু আত্মবিশ্বাসী আচৰণ৷
a calm and confident manner with control of your feelings or behaviour.
- সন্তুলিত আহাৰxon.tu.li.to a.harCommon Noun
স্বাস্থ্য বা বৃদ্ধি অক্ষুণ্ণ ৰখাৰ বাবে প্ৰয়োজনীয় যথোপযুক্ত পৰিমাণ আৰু অনুপাতৰ খাদ্য যুক্ত এক আহাৰ
a diet consisting of the proper quantities and proportions of foods needed to maintain health or growth
- সন্তুষ্টিxon.tus.tiAbstract Noun
নিজে যি পাব লাগে সেইখিনি পাই বা দেখি মনত আনন্দ লাভ কৰা |
A state of mind in which one's desires are confined to his lot whatever it may be; happiness with one's situation in life.
- সন্তোষxon.toxAbstract Noun
নিজে যি পাব লাগে সেইখিনি পাই বা দেখি মনত আনন্দ লাভ কৰা |
A state of mind in which one's desires are confined to his lot whatever it may be; happiness with one's situation in life.
- সন্তোষীxon.to`.xiProper Noun
গণেশৰ জীয়ৰীৰ নাম৷
Daughter of Lord Ganesh.
- সন্ত্ৰাসsantrāsaNoun
অতিশয় ভয়
terror
- সন্ত্ৰাসবাদxon.trax.badAbstract Noun
কোনো ৰাষ্ট্ৰতন্ত্ৰক বা জনসাধাৰণক আক্ৰমণৰ ভয় প্ৰদৰ্শণ কৰি দাবী উৎথাপন কৰা আদৰ্শবাদ৷
unlawful use or threat of violence esp. against the state or the public as a politically motivated means of attack
- সন্ত্ৰাসবাদীxon.trax.ba.diCommon Noun
সমাজত সন্ত্ৰাস সৃষ্টি কৰা কোনো সংগঠনৰ সদস্য ৷
a person, usually a member of a group, who uses or advocates terrorism.
- সন্তৰণxon.to.ronVerbal Noun
শৰীৰৰ সহায়ত পানী ঠেলি আৰু ওপঙি থাকি পানীৰ ওপৰত গতি কৰা কাৰ্য্য
the act of moving on water by floating and pushing water with the body
- সন্তৰণবিদ্xon.to.ron.bidCommon Noun
সাঁতোৰক খেল হিচাপে লোৱা ব্যক্তি৷
A trained athlete who participates in swimming meets.
- সন্থাxon.thaAbstract Noun
A joint formation of different groups or individuals pursuing a common social or political cause
- সন্দিকৈsandikaiNoun
সাত-ঘৰীয়া আহোমৰ এঘৰ; "আদাবৰীয়া-সন্দিকৈ" চোবাঁ
one of the seven ancient aristrocratic families of the Ahoms
- সন্দিগ্দ্ধ ব্যক্তিxon.di.god.dho byok.tiCommon Noun
কোনো অপৰাধৰ সৈতে জড়িত বুলি সন্দেহ কৰা লোক
A person who is belived to have been involved in a crime
- সন্দিহানsandihānaNoun
সন্দেহকাৰী।
- সন্দেশsandeśaNoun
সমাচাৰ; বাৰ্ত্তা; বাতাৰি
news; tidings