কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ব’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- বিচক্ষণীয়াbicakṣaṇīẏāAdjective
পাৰ্গত
skilful
- বিচলিতbicalitaAdjective
লৰচৰ হোবা; এফলীয়া হোবা
shaken; moved; deviated
- বিচাৰকৃতbi.sar.kri.toProper Adj.
যাৰ আলোচনা বা চৰ্চা হৈ গৈছে ৷
Something that has already been talked off.
- বিচাৰণীয়Adjective
বিচাৰ কৰিব লগীয়া
fit to be investigated
- বিচাৰশীলProper Adj.
সদায় সম্ভাৱ্য বিপদ সম্পৰ্কে সচেতন
always mindful of possible trouble
- বিচাৰাত্মকVerbal Adj.
সমালোচনাৰ বা সমালোচকৰ, বা তাৰ সৈতে জড়িত
of or pertaining to critics or criticism
- বিচাৰাধীনbi.sa.ra.dhinProper Adj.
ন্যায়ালয়ত বিচাৰ চলি থকা কোনো বিষয় বা গোচৰ
A case under the judicial process without reaching the judgement
- বিচাৰোপযোগীbi.sa.ro`.po.jo`.giVerbal Adj.
বিচাৰ কৰিব লগীয়া।
fit to be investigated or searched.
- বিচাৰ্যbi.sar.joVerbal Adj.
বিচাৰ কৰিব লগীয়া।
fit to be investigated or searched.
- বিচাৰ্য্যAdjective
বিচাৰ কৰিব লগীয়া
fit to be investigated
- বিচিত্ৰbicitraAdjective
নানা বৰণীয়া
variegated
- বিচিত্ৰিতAdjective
নানা বৰণেৰে চিত্ৰিত বা অঙ্কিত
painted in different colours
- বিচুৰ্ত্তbi.sur.toProper Adj.
বিস্ময়ত অভিভুত হোৱা, আচৰিত হোৱা|
Filled with the emotional impact of overwhelming surprise or shock.
- বিচূৰ্ণbicūrṇaAdjective
বেছিকৈ গুড়ি কৰা বা হোবা।
- বিচূৰ্তিbicūrtiAdjective
আচৰিত হোবা; নোহোবা-নোপজা কথা শুনি বিস্ময় মনা
wonder-struck; astonished
- বিচূৰ্ত্তিbicūrttiAdjective
আচৰিত হোবা; নোহোবা-নোপজা কথা শুনি বিস্ময় মনা
wonder-struck; astonished
- বিচেষ্টাbiceṣṭāAdjective
বেদনাত অস্হিৰ বা সংজ্ঞাহীন
senseless or restless with pain
- বিচ্ছিন্নbicchinnaAdjective
যিটো ছিগি পৰিছে; সংযোগবিহীন।
- বিচ্ছুৰিতbis.su.ri.toProper Adj.
কোনো পৰিকল্পনা নোহোৱা, চাৰিওফালে অ’ত-ত’ত পৰি থকা
with no particular order or plan; not organized well
- বিচ্ছেদbicchedaNoun
সঙ্গ এৰি পৱথক হৈ থকা কাৰ্য্য
separation