← ফুৰি যাওক

বিচ্ছেদ

biccheda

অৰ্থ

1.

সঙ্গ এৰি পৱথক হৈ থকা কাৰ্য্য

separation

বি.

2.

বিৰাম; বিশ্ৰাম; ছেদ-ভেদ

cessation

বি.

3.

দুটা বস্ত্তৰ মাজত থকা শূন্য ঠাই

an intervening space

বি.

4.

বেলেগ; পৱথক; লগ এৰা

separated

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ