বিচেষ্টা
biceṣṭā
অৰ্থ
1.
বেদনাত অস্হিৰ বা সংজ্ঞাহীন
senseless or restless with pain
বিণ.
2.
উপায়হীন; বিবুদ্ধি
at the end of one's wit
বিণ.
3.
উত্ৰাবল; বিক্ষিপ্ত; বিতত
atitated; careless owing to excitement
বিণ.
4.
বিপৰীত কাৰ্য্য; দুষ্টালি; বেয়া চেষ্টা বা কাম। যেনে-"কহিলন্ত অক্ৰূৰে কংসৰ বিচেষ্টাক" (কীৰ্ত্তন)
machination; cunningness
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ