কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পৃথককৃতVerbal Adj.
সৰি পৰা বা আঁতৰাই পেলোৱা
separated or be separated by abscission
- পৃষ্ঠদণ্ডীpris.tho.don.diProper Adj.
ৰাজহাড় থকা (জীৱ)|
having a backbone or spinal column.
- পৃষ্ঠবংশীProper Adj.
ৰাজহাড় থকা (জীৱ)|
having a backbone or spinal column.
- পৃষ্ঠীয়pris.thi.yoAdjective Adj.
পিঠিত অৱস্থিত বা পিঠি সম্বন্ধীয়
of or pertaining to, or situated at the back, or dorsum
- পেঁচালAdjective
পেঁচ থকা; জটিল; জোঁট থকা
knotty; intricate
- পেংটাpeṇṭāNoun
দুডাল বাঁহৰ খাঁজ কাঢ তাত ভৰি দি বাঁহ দুডাল হাতেৰে ধৰি দীঘলকৈ খোজ দি যাব পৰা যতন।
- পেইপাৰবেকpei.par.bekAdjective Adj.
bound with light papers
- পেঙাpeṅāAdjective
লেঙেৰা; অলপ খোৰাই খোজ কঢ়া
limping
- পেঙুৰাpeṅurāAdjective
লেঙেৰা; অলপ খোৰাই খোজ কঢ়া
limping
- পেট পূৰাpet pu.raProper Adj.
কোনোকালে খাবলৈ নোপোৱাৰ দৰে খোৱা লোক ৷
One who takes great pleasure in food or over food.
- পেট-কপটীয়াAdjective
যাৰ মুখে লট্ পট্ ভিতৰি কপট; মনত খং বা বেয়া ভাব পুহি ৰখা; পেটৰ কথা ভাঙি নোকোবা
cherishing ill-will secretly; crooked minded; not open-hearted
- পেটকুলীpet.ku.liProper Adj.
যাৰ মনত কঁপট ভাৱ থাকে, কপটাচাৰ কৰা লোক।
to give a false or misleading appearance to; conceal the truth or real nature.
- পেটকেৰোণীয়াpet.ke.ro`.ni.yaProper Adj.
যাৰ মনত কঁপট ভাৱ থাকে, কপটাচাৰ কৰা লোক।
to give a false or misleading appearance to; conceal the truth or real nature.
- পেটভাটৌpet.bha.touProper Adj.
পেটত বেয়া কথা ৰখা লোক৷
cherishing ill-will secretly
- পেটমচাpet.mo.saProper Adj.
পাচত হোৱা খেতি, সন্তান আদি ।
Born or produce last of all, growing or born later.
- পেটমোচাpet.mo`.saProper Adj.
পাচত হোৱা খেতি, সন্তান আদি ।
Born or produce last of all, growing or born later.
- পেটলাpet.laProper Adj.
পেট ডাঙৰ মানুহ।
Person with a protruding stomach.
- পেটাpeṭāAdjective
হেঁচাত চেপেটা বা গুড়ি হোবা
crushed
- পেটীpeṭīNoun
কঁকালত মৰা ফিতা বা জৰী
a belt; a girdle
- পেটুকAdjective
খকুবা
glutton