← ফুৰি যাওক

পেট-কপটীয়া

অৰ্থ

1.

যাৰ মুখে লট্ পট্ ভিতৰি কপট; মনত খং বা বেয়া ভাব পুহি ৰখা; পেটৰ কথা ভাঙি নোকোবা

cherishing ill-will secretly; crooked minded; not open-hearted

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পেট-কপটীয়া · অসমীয়া অভিধান