← ফুৰি যাওক

পেংটা

peṇṭā

অৰ্থ

1.

দুডাল বাঁহৰ খাঁজ কাঢ তাত ভৰি দি বাঁহ দুডাল হাতেৰে ধৰি দীঘলকৈ খোজ দি যাব পৰা যতন।

বি.

2.

পেঙুৰা; . "পেঙটা" চোবাঁ।

limping

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

পেংটা · অসমীয়া অভিধান