কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কিৰ্ত্তিমkirttimaAdjective
আচল নোহোবা; ভাঁজ থকা; মিছা; নকলী; সজা
fictiitous; counterfeited; not genuine
- কিৰ্পিণkirpiṇaAdjective
কট্কিনা; চিকটা
miserly
- কীটভোজীkit.bho’.jiProper Adj.
কীট-পতঙ্গ বা পোক-পৰুৱা খাই জীৱন নিৰ্বাহ কৰা জন্তু বা গছ ৷
An animal or plant that feeds mainly on insects.
- কীদৱশkīdawaśaAdjective
কিহৰ নিচিনা; কেনে; কি প্ৰকাৰ
what like
- কীলকাকাৰkil.ka.karProper Adj.
বটালি বা জোঙা শলাৰ আকৃতিৰ ।
Shaped like a wedge.
- কীলাকাৰki.la.karProper Adj.
বটালি বা জোঙা শলাৰ আকৃতিৰ ।
Shaped like a wedge.
- কুkuProper Adj.
কোনো পৰিস্থিতিতে ভাল নোহোৱা অৱস্থা ৷
not good in any manner or degree.
- কুঁআলাkum̐ālāAdjective
কুমলীয়া
tender
- কুঁজাAdjective
পিঠিত কুঁজ থকা; গা পোন কৰিব নোবৰা
hump-backed
- কুঁবাকুঁইkum̐bākum̐iAdjective
কুঁবলীৰে ঢাক খোবা; কুঁবলীৰ দ্বাৰা এন্ধাৰ হোবা
foggy; misty
- কুঁহকুঁহীয়াkum̐hakum̐hīẏāAdjective
অলপ অলপ তপত; অলপ গা তপত হোবা (জ্বৰ)
slightly warm (said of fever)
- কুঁহেলিকাku~.he.li.kaProper Adj.
বুজিব নোৱাৰা বা ব্যাখ্যা কৰিব নোৱাৰা ধৰণৰ
characterized by or indicative of mystery
- কুঁৱলীময়ku~.wo.li.moyProper Adj.
কুঁৱলীৰে ঢাক খাই এন্ধাৰ হৈ থকা ৷
Filled or abounding with fog or mist.
- কুঁৱাকুঁইku~.wa.kuiProper Adj.
কুঁৱলীৰে ঢাক খাই এন্ধাৰ হৈ থকা ৷
Filled or abounding with fog or mist.
- কুআলাProper Adj.
পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
not fully developed, not being as wise and calm as people expect from one's age or experience
- কুকুহা-উৰাku.ku.ha-u.raProper Adj.
চালৰ বেমাৰ হৈ নোম সৰি যোৱা|
characterized by any skin disease caused by parasitic mites affecting animals and sometimes humans and characterized by loss of hair and scabby eruptions.
- কুকুৰ-খুজীয়াAdjective
কুকুৰৰ নিচিনাকৈ খৰকৈ খোজ কঢ়া; যেনে -"কুকুৰ-খুজীয়া খোজেৰে যা"
trotting
- কুকুৰ-তেকীয়াAdjective
কুকুৰৰ স্বভাবৰ; খিংখিঙীয়া; অলপতে খং উঠা
peevish; ill-tempered
- কুকুৰী-কণাkukurī-kaṇāAdjective
চৰাইৰ দৰে গধূলি বা ৰাতি যি নেদেখা; . বি. গধূলি বা ৰাতি নেদেখা মানুহ
night-blind ; a night- blind man
- কুকুৰী-পিটাkukurī-piṭāAdjective
অতিশয় লাঞ্ছিত; যেনে-"তাক গালিত কুকুৰী- পিটা কৰিলে"
greatly abused or insulted