কুঁজা
অৰ্থ
1.
পিঠিত কুঁজ থকা; গা পোন কৰিব নোবৰা
hump-backed
বিণ.
2.
বেঁকা
crooked
বিণ.
3.
পিঠিত কুঁজ থকা বা পোন হৈ খোজ কাঢ়িব নোবৰা মানুহ
a hump-backed man
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ
পিঠিত কুঁজ থকা; গা পোন কৰিব নোবৰা
hump-backed
বিণ.
বেঁকা
crooked
বিণ.
পিঠিত কুঁজ থকা বা পোন হৈ খোজ কাঢ়িব নোবৰা মানুহ
a hump-backed man
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ