← ফুৰি যাওক

কুঁবাকুঁই

kum̐bākum̐i

অৰ্থ

1.

কুঁবলীৰে ঢাক খোবা; কুঁবলীৰ দ্বাৰা এন্ধাৰ হোবা

foggy; misty

বিণ.

2.

কুঁবলীৰপৰা হোবা এন্ধাৰ

haziness; darkness caused by fog

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ