কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ত’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- তাহুনtāhunaPronoun
সিহঁত
they
- তাহেtāhePronoun
তাতে; তেওঁত; তেওঁক।
- তাহোনtāhonaNoun
তাঁত বওঁতে সূতাত লগোবা আঠা; আঁহ গুচাই সূতা নিমজ আৰু টান কৰিবলৈ চাউল, পিঠাগুড়ি আদি সিজাই কৰা আঠাৰ মাড়; "ততা" চোবাঁ
size used for varnishing thread
- তাৎপৰ্যtātparyaNoun
কোনো কথাৰ অৰ্থ, উদ্দেশ্য বা ভাব
meaning; purport; object
- তাৎপৰ্য্যtātparyyaNoun
কোনো কথাৰ অৰ্থ, উদ্দেশ্য বা ভাব
meaning; purport; object
- তাড়tāṛaNoun
বিজুলী
lightning
- তাড়কাtāṛakāNoun
ৰামচন্দ্ৰই বধ কৰা এজনী ৰাক্ষসী; মাৰীচৰ মাক
a female demon killed by Rāma
- তাড়নাtāṛanāNoun
এছাৰিৰে আঘাত কৰা; কোবোবা
the act of striking
- তাড়নিtāṛaniNoun
তাড়না; যেনে-"মাতৱয়ে পুত্ৰক লালন তাড়ন কৰিতেও নিৰ্দ্দয় নহে" (ক. গী.)।
- তাড়িtāṛiNoun
খাজুৰ গছৰ ৰস কেইবাদিনো বাহী কৰি থৈ কৰা এবিধ মদ বা লাওপানী
the fermented juice of the date-palm
- তাড়িতtāṛitaAdjective
বিজুলী-সম্বন্ধীয়
electric
- তায়tāẏaNoun
উষ্ণতা; অহঙ্কাৰ; গৰ্ব্ব
egotism, pride; heat
- তায়দাদ্tāẏadādNoun
সীমা
boundary
- তায়মtāẏamaNoun
নিশ্চিতকৈ জনা।
- তায়েনtayenAbstract Noun
সত্যতা, গুণাগুণ বা অৱস্থা নিশ্চিত হোৱা
The fact, quality, or state of being certain
- তাৰtāra
সৰু জৰী বা শলি
a metallic wire
- তাৰকtārakaNoun
তৰা; নক্ষত্ৰ
a star
- তাৰকNoun
(পু. অ.) ৰক্ষা কৰোঁতা; উদ্ধাৰ কৰোঁতা
a deliverer; a saviour
- তাৰকজিৎProper Noun
শিৱৰ বৰপুত্ৰ ৷ সকলো দেৱতাৰ ভিতৰতে দেখিবলৈ ধুনীয়া ৷
Elder son of the lord Siva. A beautiful God among all the gods.
- তাৰকনাথta.rok.nathProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.