কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘এ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- এৰোপ্লেনeroplenaNoun
আকাশী যান।
aeroplane
- এৰ’প্লেন্a.ro’’.pleinMaterial Noun
মানৱ নিৰ্মিত উৰিব পৰা যান্ত্ৰিক বাহন
a flying vehicle that propels itself my means of a propeller i.e. rotating fan displacing air in great speed or by means of jet engines.
- এৱমস্তুewo.mos.tuAbstract Noun
মনোকামনা পূৰণ হবলৈ প্ৰাৰ্থনাৰ অন্তত পুৰোহিত, ভকত আদিয়ে কোৱা এটা শব্দ।
a word uttered at the end of a prayer meaning 'may it be so'.
- এৱাঁe.waMaterial Noun
কেঁচা, দৈ নোহোৱা সতেজ গাখীৰ৷
fresh milk, fresh milk before turned to curd.
- এৱাঁ গাখীৰe.wa ga.khirMaterial Noun
কেঁচা, দৈ নোহোৱা সতেজ গাখীৰ৷
fresh milk, fresh milk before turned to curd.
- এৱাঁ ভঙাe.wa~ bho.ngaAbstract Noun
সাধাৰণতে এই ৰোগত চাইনাচ গ্ৰন্থি বৃদ্ধি হৈ নাসাৰন্ধ্ৰৰে তেজ নিসৰিত হয় ৷ কেতিয়াবা কেতিয়াবা বীজানুৰ দ্বাৰা আক্ৰান্ত হৈও এই বেমাৰ হব পাৰে ৷ নাসাৰন্ধ্ৰৰে তেজ ওলোৱাকে এৱাঁ ভঙা বুলি কোৱা হয় ৷
Common occurrence of bleeding or hemorrhage from the nose is called Epistaxis. Usually the enlarge of the sinus gland caused the blood drains out through the nostrils.
- এৱাঁ-ভগাe.wa~-bho.gaAbstract Noun
নাকৰ ভিতৰত তেজ গোট খাই মূৰ-কামোৰণি আদি হোৱা ৰোগ।
a swelling in the nostrils, due to accumulation of blood.