এৱাঁ ভঙা
e.wa~ bho.nga
অৰ্থ
1.
সাধাৰণতে এই ৰোগত চাইনাচ গ্ৰন্থি বৃদ্ধি হৈ নাসাৰন্ধ্ৰৰে তেজ নিসৰিত হয় ৷ কেতিয়াবা কেতিয়াবা বীজানুৰ দ্বাৰা আক্ৰান্ত হৈও এই বেমাৰ হব পাৰে ৷ নাসাৰন্ধ্ৰৰে তেজ ওলোৱাকে এৱাঁ ভঙা বুলি কোৱা হয় ৷
Common occurrence of bleeding or hemorrhage from the nose is called Epistaxis. Usually the enlarge of the sinus gland caused the blood drains out through the nostrils.
গুণবাচক বিশেষ্য
উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ