কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘স’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- সম্বলিতsambalitaAdjective
সমন্বিত।
- সম্বুদ্ধxom.bud.dhoProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- সম্বোধনাৰ্থকsambodhanārthakaAdjective
সম্বোধন বুজোবা বা কোনো লোকক মাত লগাওঁতে ব্যবহাৰ কৰা (শব্দ); যেনে-"হে, হেৰা, হেৰি, ইত্যাদি"
a vocative (particle)
- সম্বৰ্ধিতxom.bor.dhi.toVerbal Adj.
সফলতা বা বৰঙণিৰ বাবে ৰাজহুৱাভাৱে সন্মান জনোৱা।
given public respect for an achievement or contribution.
- সম্ভবsambhabaAdjective
হ'ব পৰা; ঘটাৰ আশা থকা; আগন্ত্তক থকা
possible; probable
- সম্ভাবিতsambhābitaAdjective
যিটো হ'ব বুলি ভবা হয়; অনুমিত
expected
- সম্ভাব্যsambhābyaAdjective
হ'ব পৰা; খাটিৰ পৰা
possible
- সম্ভাষণ দেxom.bha.xon deProper Adj.
কাৰোবাক আনুস্থানিকভাৱে মাত দে৷
to address with a salutation
- সম্ভাষিতVerbal Adj.
কোনো অতিথি লগ পোৱাৰ লাগে লাগে আদৰৰ মাত বা বিনম্ৰতাৰে মাত দিয়া
Shown warmth by expression of kind wishes upon meeting guests or given a polite word of recognition of welcome when meeting someone
- সম্ভাৱনাপূৰ্ণxom.bha.wo.na.pur.noProper Adj.
হ’ব বা ঘটিব পৰা, কিন্তু নিশ্চিতকৈ নজনা
something that can happen or exist; but not known with centainty
- সম্ভাৱনাময়xom.bha.wo.na.moyProper Adj.
হ’ব বা ঘটিব পৰা, কিন্তু নিশ্চিতকৈ নজনা
something that can happen or exist; but not known with centainty
- সম্ভাৱনাযুক্তxom.bha.wo.na.juk.toProper Adj.
হ’ব বা ঘটিব পৰা, কিন্তু নিশ্চিতকৈ নজনা
something that can happen or exist; but not known with centainty
- সম্ভাৱনাশূন্যxom.bha.bo.na.xu.nyoAdjective Adj.
ভৱিষ্যতে কিবা ভাল হোৱাৰ আশা নথকা৷
without any future prospects.
- সম্ভাৱনাহীনxom.bha.bo.na.hinAdjective Adj.
ভৱিষ্যতে কিবা ভাল হোৱাৰ আশা নথকা৷
without any future prospects.
- সম্ভাৱনীয়xom.bha.wo.ni.yoProper Adj.
হ’ব বা ঘটিব পৰা, কিন্তু নিশ্চিতকৈ নজনা
something that can happen or exist; but not known with centainty
- সম্ভাৱিতxom.bha.witProper Adj.
হ’ব বা ঘটিব পৰা, কিন্তু নিশ্চিতকৈ নজনা
something that can happen or exist; but not known with centainty
- সম্ভূতxom.bhu.toVerbal Adj.
জন্ম হোৱা
Brought into life by birth.
- সম্ভ্ৰান্তsambhrāntaAdjective
মান্য; সম্মান পাবৰ যোগ্য; মৰ্য্যাদাবস্ত
respectable; honourable
- সম্ভৱxom.bhobProper Adj.
হ’ব বা ঘটিব পৰা, কিন্তু নিশ্চিতকৈ নজনা
something that can happen or exist; but not known with centainty
- সম্ভৱপৰxom.bhob.porProper Adj.
হ’ব বা ঘটিব পৰা, কিন্তু নিশ্চিতকৈ নজনা
something that can happen or exist; but not known with centainty