← ফুৰি যাওক

সম্ভাৱনাপূৰ্ণ

xom.bha.wo.na.pur.no

অৰ্থ

1.

হ’ব বা ঘটিব পৰা, কিন্তু নিশ্চিতকৈ নজনা

something that can happen or exist; but not known with centainty

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

2.

ভৱিষ্যতে কিবা এটা হোৱাৰ সম্ভাৱনা দেখুওৱা৷

having or showing the capacity to develop into something in the future."a campaign to woo potential customers"

প্ৰকৃত বিশেষণ

সমাৰ্থক শব্দ

উৎস: xobdo.org. সম্পূৰ্ণ উৎসৰ বিৱৰণ

সম্ভাৱনাপূৰ্ণ · অসমীয়া অভিধান