কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘চ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- চেৰাপীAdjective
মদাহী।
- চেৰাশলীয়াcerāśalīẏāAdjective
পোনেই ল'ৰা পোবা; অশৌচীয়া
brought to child-bed; confined
- চেৰেঠcereṭhaAdjective
মলিন; লেতেৰা
dirty
- চেৰেপাcerepāNoun
কেঁতকুৰি; মানুহ আৰু জন্ত্তক কামোৰা এবিধ উৰি ফুৰা অতি সৰু পোক
a species of flea
- চেৰেমাceremāAdjective
ক্ষীণ; গাত মঙহ নথকা
lean; emaciated
- চেৰেলাse.re.laProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- চেৰ্চেৰীয়াAdjective
চেৰ্ চেৰ্ শব্দ কৰা
producing a sharp sound
- চৈcaiNoun
এবিধ পাণৰ সদৱশ লতা
a kind of creeper; Piper chaba (Chavya)
- চৈতন্য-স্বৰূপsoi.to.nyo-swo.rupProper Adj.
ব্যতিক্ৰমী বৌদ্ধিক ক্ষমতা আৰু মৌলিক চিন্তাৰ অধিকাৰী
someone who has exceptional intellectual ability and originality
- চৈতন্যময়Adjective
জ্ঞানময়; সদায় জাগ্ৰত; যেনে-"চৈতন্যময় শুদ্ধ ৰূপ ধৰি" (কীৰ্ত্তন)।
- চৈনিকsoi.nikProper Adj.
চীনদেশৰ মানুহ, খাদ্য, গান, সংস্কৃতি আদি৷
Chinese people or anything which originated in china
- চোকাcokāAdjective
চোক থকা; ধাৰ থকা; ধৰাল
sharp
- চোকা-টেকেলাso`.ka-te.ke.laProper Adj.
নিজৰ কাম বা মতত স্থিৰ হৈ থকা বা সলনি কৰিব নোখোজা।
Tenaciously unwilling or firmly continuing in one's action or opinion despite advice.
- চোপৰcoparaAdjective
চাৰি পৰ থকা; চাৰিপৰীয়া (দিন বা ৰাতি)
consisting of four praharas or watches (as a day or a night)
- চোমে ধৰাcome, dharāAdjective
চোমো খোবা; গাত চোম ৰোগ থকা
freckled
- চোহাTransitive verb
আনৰ হতুবাই ওঁঠেৰে চেপি ৰস খুবা
to cause to suck
- চোহোঙাcohoṅāNoun
চুহি ৰস খোবা সিতা; চোবা
anything the juice of which has been sucked out
- চোৰবাটso`r.batProper Adj.
পোনপটীয়া নোহোৱা, গুপুত উদ্দেশ্য থকা; সহজে ভবা বা চকুত নপৰা বিধৰ৷
something which is not very straightforward or clear and that may have more than one meaning.
- চোৰাAdjective
চুৰ কৰা বা চুৰি হোবা; যেনে-"চোৰা মাল"
stolen
- চোৰাংcorāmAdjective
লোকক নেদেখুবাকৈ কৰা; লুকুওবা; গুপ্ত
secret; concealed