চোকা
cokā
অৰ্থ
1.
চোক থকা; ধাৰ থকা; ধৰাল
sharp
বিণ.
2.
চোকা আস্বাদ থকা; জিভাত ধৰা
having a sharp taste
বিণ.
3.
খৰতকীয়া; শীঘ্ৰে কাম কৰা; বৰ পাৰ্গত
expert; prompt
বিণ.
4.
উগ্ৰ; খঙাল
fierce
বিণ.
5.
চোকা আস্বাদ; চোকা গুণ; যেনে-"লোণৰ চোকা খাব পাৰি, মাতৰ চোকা খাব নোবাৰি
sharp taste
বি.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ