কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ভ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ভগদত্তbhagadattaNoun
কামৰূপৰ এজন ৰজা [এওঁ কুৰুক্ষেত্ৰ যুদ্ধত দুৰ্য্যোধনৰ ফলীয়া হৈ যুদ্ধ কৰি অৰ্জ্জুনৰ হাতত মৰে।]
a king of Kāmarūpa as mentioned in the Mahaābhārata
- ভগনbhaganaNoun
ধন খৰচ; ধন-ভঙা; ব্যয়
expenditure
- ভগনিয়াৰbhaganiẏāraNoun
নিজৰ দেশ এৰি গৈ আন ঠাইত বসতি কৰা মানুহ
an emigrant
- ভগনেত্ৰbhaganetraNoun
শিব।
- ভগনেত্ৰ-হাৰীProper Noun
One of the Trimurti, the three primary aspects of the divine in Hinduism. Other of the Trimurti are Brahma and Vishnu. In the Trimurti system, Brahma is the creator, Vishnu is the maintainer or preserver, and Shiva is the destroyer or transformer.Shiva is usually worshipped as the Shiva linga. In images, he is generally represented as immersed in deep meditation or dancing the Tandava upon the demon of ignorance in his manifestation of Nataraja, the lord of the dance.
- ভগন্দৰbhagandaraNoun
গুপ্ত অঙ্গ আৰু গুহ্যৰ মাজত হোবা ঘা-বিশেষ
a fistula in the anus region
- ভগবতীbhagabatīNoun
দেবী; কালী
a goddess; specially Durgā; Kāli
- ভগবন্তbhagabantaNoun
ঈশ্বৰ; বিষ্ণু; শিব
the Supreme Being; Visnu; Śiva
- ভগবানbhagabānaNoun
ঈশ্বৰ; বিষ্ণু; শিব
the Supreme Being; Visnu; Śiva
- ভগা হাড়bho.ga harVerbal Noun
শৰীৰৰ কোনো হাড় ভাগি যোৱা বা তাৰ ফলত হোৱা অৱস্থা
the breaking of a bone, cartilage, or the like, or the resulting condition
- ভগা-ভগিNoun
কেইবাভাগো কৰা; ভাগ ভাগ কৰি দিয়া কাৰ্য্য
division into several shares; act of distributing
- ভগাংকুৰbho.gang.kurProper Noun
স্ত্ৰী জননাংগৰ এটা অংশ ।
A small erectile organ at the anterior or ventral part of the vulva homologous to the penis.
- ভগিণীbho.gi.niCommon Noun
বক্তাৰ বয়সতকৈ সৰু, একে পিতৃ-মাতৃ অথবা একে পিতৃ বা মাতৃৰ স্ত্ৰী সন্তান
A younger female having the same parents or one parent in common with the speaker
- ভগিনীbhaginīNoun
ভনী
a sister
- ভগিয়াৰbhagiẏāraNoun
অংশী; ভাগ লোবা লোক
a co- sharer
- ভগিৰথbho``.rothProper Noun
কোশল ৰাজ দিলীপৰ পুত্ৰ৷ শিৱক আৰাধনা কৰি তেওঁ গংগাক পৃথিৱীলৈ বোৱাই অনাইছিল৷
Son of Dilipa, king of Kosala who worshipped Shiva and brought down Ganges.
- ভগীৰথbhagīrathaNoun
এজন সূৰ্য্যবংশীয় ৰজা [তেওঁ স্বৰ্গৰপৰা গঙ্গাক নমাই আনি তাৰ পানীৰে কপিল মুনিৰ শাপত ভস্ম হৈ থকা সগৰ ৰজাৰ 60,000 পুতেকক মুক্ত কৰে।]
a king of the solar dynasty said to have brought down the Gangā from heaven to earth
- ভগ্ন-দূতbhagna-dūtaNoun
যুদ্ধত পৰাজয় হোবাৰ বাতৰি দিয়া দূত
a messenger giving information of defeat
- ভগ্নপ্ৰত্যাশাbhog.no.pro.tya.xaAbstract Noun
আশা বা অভীপ্সা ফলৱতী নোহোৱাৰ বাবে স্তিমিত হৈ পৰা মনৰ উত্সাহ।
lowness of spirits depressed or discouraged by the failure of ones hopes or expectations.
- ভগ্নাংশbhagnāṃśaNoun
একৰ অংশযুক্ত অঙ্ক বা সংখ্যা; যেনে-½, ⅘
a vulgar fraction