← ফুৰি যাওক

ভগন

bhagana

অৰ্থ

1.

ধন খৰচ; ধন-ভঙা; ব্যয়

expenditure

বি.

2.

শত্ৰুবে দেশ আক্ৰমণ কৰিলে প্ৰজাৰ পলায়ন; বিপ্লব; বিভ্ৰাট; যেনে-"মান-ভগন"

desertion of homes by people during an invasion

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ভগন · অসমীয়া অভিধান