← ফুৰি যাওকভগবানbhagabānaঅৰ্থ1.ঈশ্বৰ; বিষ্ণু; শিবthe Supreme Being; Visnu; Śivaবি.সমাৰ্থক শব্দভগবন্ত · bhagabanta2.ঈশ্বৰস্বৰূপ মহিমাময়; জ্যোতিৰ্ম্ময়divineবিণ.সমাৰ্থক শব্দভগবন্ত · bhagabantaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ