কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘হ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- হলাহলhalāhalaAdjective
হলাৰ দৰে আঁতৰত থকা; সেৰেঙা; পাতলকৈ বোবা; যেনে-"খৰাহিটো বোবা হলাহল হল"
woven apart
- হলীয়াhalīẏāAdjective
যোৰা পাতি কাম কৰা; যুৰীয়া
consisting of a couple
- হসন্তho.son.toAbstract Noun
অসমীয়া ব্যাকৰণৰ এটি চিহ্ন
Name of a symbol in Assamese language grammar used to denote the letter whose pronunciation does not contain 'O' [Manjit- Can be better ]
- হস্ত-নিৰ্মিতhos.to-nir.mi.toVerbal Adj.
হাতেৰে তৈয়াৰী, অৰ্থাৎ মানুহে বনোৱা, যন্ত্ৰৰ দ্বাৰা তৈয়াৰী নোহোৱা
made by a person, instead of by a machine
- হস্ত-নিৰ্ম্মিতhos.to-nir.mi.toVerbal Adj.
হাতেৰে তৈয়াৰী, অৰ্থাৎ মানুহে বনোৱা, যন্ত্ৰৰ দ্বাৰা তৈয়াৰী নোহোৱা
made by a person, instead of by a machine
- হস্তচালিতhos.to.sa.li.toVerbal Adj.
হাতেৰে তৈয়াৰী বা হাতেৰে কৰা।
done or made by hand.
- হস্তান্তৰিতhos.tan.to.ritVerbal Adj.
যিটো আনৰ হাতলৈ দিয়া হৈছে
which has been transferred to other`s possession
- হাঁহি উঠাha~.hi u.thaProper Adj.
যি হাঁহি উঠাব বা হহুঁৱাব পাৰে
Something that arouses humour
- হাঁহিনাha~.hi.naVerbal Adj.
মিছিকিয়া হাঁহি মাৰি থকা
with a slight expression of pleasure in face
- হাঁহিমুখীয়াha~.hi.mu.khi.yaVerbal Adj.
মিছিকিয়া হাঁহি মাৰি থকা
with a slight expression of pleasure in face
- হাঁহিৰামha~.hi.ramProper Adj.
অতি আনন্দেৰে থকা।
Very cheerful and friendly.
- হাঁড়ে-ছালে লগাha~.re-sa.le lo.gaProper Adj.
বেছি মঙহ বা চৰ্ব্বী নথকা; শকত নোহোৱা
without much flesh or fat; not plump or fat
- হাইৰাণhāirāṇaAdjective
হাৰাশান্তি; বৰ দুখ কষ্ট পোবা
harassed; wearied
- হাওলাতীAdjective
হাওলাত লোবা
taking advance
- হাখৰুবা পৰাhākharubā, parāAdjective
বয়স সৰহ হোবাত মুখৰ বৰণ ফলৰীয়া হোবা
not smooth; rough (said of skin when aging)
- হাগোঁতাAdjective
হাগুৰা ঘনে ঘনে হাগি থকা; স্ত্ৰী. হাগুৰী।
- হাচিলhācilaAdjective
প্ৰাপ্ত; লব্ধ; লাভ কৰা
obtained
- হাছিলhāchilaAdjective
প্ৰাপ্ত; লব্ধ; লাভ কৰা
obtained
- হাজিৰhājiraAdjective
উপস্হিত
present
- হাজিৰ-জামিনীAdjective
যেনে-হাজিৰ-জামিনী পত্ৰ।