← ফুৰি যাওক

হলাহল

halāhala

অৰ্থ

1.

হলাৰ দৰে আঁতৰত থকা; সেৰেঙা; পাতলকৈ বোবা; যেনে-"খৰাহিটো বোবা হলাহল হল"

woven apart

বিণ.

2.

কালকূট; বৰ বিহ [দেবাসুৰে সাগৰ মখোঁতে এই বিহ ওলায় বুলি অষ্টম স্কন্ধ ভাগবতত আছে।]

a deadly poison; aconite (said to have been produced in churning the great ocean by the gods and demons).

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ