কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধাদহীdhādahīAdjective
এলেহুবা বা গা-গধুৰ (মাইকী); অকাজী
lazy; unskilful
- ধান-পুৰীয়াdhan-pu.ri.yaProper Adj.
বেছি খৰচৰ, আপেক্ষিক ভাৱে বেছি দামৰ
Costing too much, relatively high in price.
- ধানপুৰীয়াAdjective
এপুৰা ধানৰ মূল্যৰ; ডাঙৰ; যেনে-"ধানপুৰীয়া কঁঠাল"
valuable; large
- ধাবমানdhābamānaAdjective
যি লৰি গৈ আছে।
- ধাবিতdhābitaAdjective
যি লৰিছে।
- ধামখুমীয়াdhāmakhumīẏāNoun
নৈৰ তলি ঠাইতে ওখ, ঠাইতে চাপৰ হোবাৰ গতিকে সোঁতৰ কোৰ প্ৰবল হোবা ঠাই; চৰখৰীয়া
rapids of a river
- ধাৰকdhārakaNoun
আধাৰ-স্বৰূপে ধৰি থাকোঁতা
that which holds anything
- ধাৰণকProper Adj.
পাছত ঘুৰাই দিয়াৰ প্ৰতিশ্ৰুতিৰ বিনিময়ত কাৰোবাৰ পৰা কোনো বস্তু বা ধন লোৱা ব্যক্তি
Someone who receives something or money on the promise to return it or its equivalent.
- ধাৰণক্ষমdha.ron khyomAdjective Adj.
বহন সামৰ্থ্য থকা | পৰিৱেশৰ ওপৰত দীৰ্ঘম্যাদী বিৰূপ প্ৰভাৱ নেপেলোৱাকৈ বৰ্তি থকা |
Capable of being sustained. Capable of being continued with minimal long-term effect on the environment
- ধাৰণাগতProper Adj.
ব্যৱহাৰিকতাক বিবেচনা নকৰাকৈ ধাৰণা বা তত্ত্বৰ ওপৰত ভিত্তি কৰি প্ৰস্তুত কৰা পৰিকল্পনা
A project blueprint prepared based on concepts or theories without considering practicality.
- ধাৰণাতীতProper Adj.
যিহক বুজিবলৈ টান, তেনে ।
Difficult to be known or understand.
- ধাৰনাতীতdha.ro.na.titProper Adj.
যিহক বুজিবলৈ টান, তেনে ।
Difficult to be known or understand.
- ধাৰাবাহিকdhārābāhikaAdjective
অবিচ্ছিন্ন; ক্ৰমিক
serial; successive
- ধাৰালdha.ralProper Adj.
ধাৰ থকা।
having a thin edge suitable for cutting.
- ধাৰাষাৰdha.ra.xarProper Adj.
অতি বেচি পৰিমাণে হোৱা (বৰষুণ)৷
refers to a high intensity non-stop shower or rain.
- ধাৰাসাৰdhārāsāraAdjective
ছেদ-ভেদ নথকা; নেৰানেপেৰা
ceaseless
- ধাৰ্মিকdhārmikaAdjective
ধৰ্ম্ম বা ন্যায়মতে চলা
pious; righteous
- ধাৰ্ম্মিকdhārmmikaAdjective
ধৰ্ম্ম বা ন্যায়মতে চলা
pious; righteous
- ধাৰ্যdhāryaAdjective
ধাৰণ কৰিবৰ বা ল'বৰ যোগ্য; যেনে-"তেওঁৰ কথা শিৰোধাৰ্য্য"
fot to be borne
- ধাৰ্য্যdhāryyaAdjective
ধাৰণ কৰিবৰ বা ল'বৰ যোগ্য; যেনে-"তেওঁৰ কথা শিৰোধাৰ্য্য"
fot to be borne