কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘আ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- আইনসৰ্বস্বa.in.xor.bos.sboAdjective Adj.
(disapproving) following or obeying the law very strictly/blindly; concerned with petty legal issues.
- আইনীai.niProper Adj.
আইন বা ন্যায় মতে হোৱা বা কৰা৷
something related to the law.
- আউফাProper Adj.
কোনো মূল্য নথকা
without any value or merit
- আউল-জাউলAdjective
থৰ-কাছুটি এৰা; থৰ-যুগুতি এৰা; বিতত; বিহ্বল; হিয়ালি-জিয়ালি
perplexed or overwhemed. with anxiety or fatigue
- আউল-বাউলāula-bāulaAdjective
বিশৱঙ্খল; সান-মিহলি
deranged; confused
- আউলি-জাউলিau.li-jau.liProper Adj.
শোকত ব্যাকুল হৈ কাপোৰ, চুলি আদি নেসামৰা অৱস্থা ৷
overwhelmed with sorrow.
- আউলীAdjective
আউল লগা; সান- মিহলি; বিশৱঙ্খল হোবা
tangled; dishevelled
- আউলী-জাউলীAdjective
থৰ-কাছুটি এৰা; থৰ-যুগুতি এৰা; বিতত; বিহ্বল; হিয়ালি-জিয়ালি
perplexed or overwhemed. with anxiety or fatigue
- আউলী-বাউলীau.li-ba.u.liProper Adj.
খেলিমেলি বা বিশৃংখল হোৱা ৷
hanging loosely or in disorder.
- আউলীয়াAdjective
আউল লগা; মোৰ বা আঁট নথকা; সানমিহলি হোবা; জোঁট লগা
confused; tangled
- আউহাProper Adj.
কেঁচা মাছৰ নিচিনা গোন্ধ ।
like a fish, smelling like a raw fish
- আএতিProper Adj.
যি তিৰোতাৰ স্বামী জীৱিত আছে ৷
A woman having a living husband
- আও-কাঠীāo-kāṭhīAdjective
সাৰ নধৰা; নৰম (গছ)
having soft or inferior wood
- আওকঠীয়াāokaṭhīẏāNoun
বেয়া সঁচ বা জাত
low origin
- আওকথীয়াAdjective
আওকথা কোবা; অসঙ্গত বা অয়ুগুত কথা কোবা
unreasonable or inconsistent in speech
- আওকনীয়াāokanīẏāAdjective
যি কানে ল'ব বা হ'ব লাগে সেই কানে নোহোবাl
put on the wrong shoulder
- আওকাঠীao``.ka.thiProper Adj.
সাৰ নধৰা বা নথকা নৰম গছ ৷
Having soft or inferior wood.
- আওখটীয়াAdjective
আওখটি কৰা; আমনি কৰা; জেউৰ ধৰা; ঠেহ ধৰা
whimsical like a child
- আওগৰীয়াāogarīẏāAdjective
ক্ৰমে এফালে চাপৰ বা কাতি হৈ যোবা; এঢলীয়া; হেলনীয়া
sloping or gradually descending towards one side
- আওচৰীয়াāocarīẏāAdjective
আওহতীয়া
out of the way