আউল-বাউল
āula-bāula
অৰ্থ
1.
বিশৱঙ্খল; সান-মিহলি
deranged; confused
বিণ.
2.
বলিয়াৰ নিচিনা হৈ কানি-কষ্টা এৰা; উন্মত্ত হোবা; যেনে-"কামবাণে ভৈলোঁ আউল; চেঁচাই ফুৰোঁ যেনে বাউল" (কীৰ্ত্তন)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ