কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ধ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ধ্বনিবৰ্দ্ধকdho.ni.bor.dhokMaterial Noun
বৈদ্যুতিক সঙ্কেতক শব্দলৈ ৰূপান্তৰিত কৰি কাৰোবাৰ কণ্ঠস্বৰ বা মাত ডাঙৰ কৰিব পৰা এক সঁজুলি।
A device that magnifies the volume of one's voice by converting electrical signals into sound.
- ধ্বন্যাঘাতdhbanyāghātaNoun
শব্দ উচ্চাৰণ কৰাত তাৰ কোনো ভাগত আন ভাগতকৈ বেছিকৈ লগা শ্বাসৰ খুন্দা
accent
- ধ্যানdhyānaNoun
বৰকৈ মন লগাই চিন্তা কৰা কাৰ্য্য, বিশেষকৈ দেবতাৰ ৰূপ, গুণ আদি
close meditation, especially on the form and attributes of a deity
- ধ্যান-ধাৰণাdhyan-dha.ro.naAbstract Noun
কোনো বিষয়ক চিন্তাৰ এক ধাৰা বা এক ধৰণৰ চিন্তা প্ৰক্ৰিয়া
a school of thinking
- ধ্ৰুপদী সাহিত্যAbstract Noun
ক, ৰোমান আৰু অন্যান্য প্ৰাচীন সভ্যতাৰ মহান লিখনি সমূহ৷ হোমাৰ, অভিড, ছফকলিছৰ ৰচনাসমূহ আটাইকেইখন ধ্ৰুপদী সাহিত্যৰ উদাহৰণ৷
the great masterpieces of Greek, Roman, and other ancient civilizations. The works of Homer, Ovid, and Sophocles are all examples of classical literature.
- ধ্ৰুপদীবাদAbstract Noun
শিল্প আৰু সাহিত্যত প্ৰাচীন গ্ৰীক বা ৰোমান নীতি আৰু শৈলীৰ অনুসৰণ, সাধাৰণতে সামঞ্জস্য, সংযম আৰু ৰূপ আৰু কাৰুকাৰ্য্যৰ স্বীকৃতিপ্ৰাপ্ত মানদণ্ডৰ আনুগত্যৰ সৈতে জড়িত৷
the following of ancient Greek or Roman principles and style in art and literature, generally associated with harmony, restraint, and adherence to recognized standards of form and craftsmanship, especially from the Renaissance to the 18th century.
- ধ্ৰুবdhrubaNoun
আকাশৰ উত্তৰ কেন্দ্ৰত থকা এটা স্হিৰ তৰা
the polar star represented in the Hindu mythology
- ধ্ৰুবতৰাdhru.bo.to.raProper Noun
উত্তৰ মেৰুৰ আকাশত থকা এক উজ্বল নক্ষত্ৰ
A pole star is a visible star, preferably a prominent one, that is approximately aligned with the Earth`s axis of rotation; that is, a star whose apparent position is close to one of the celestial poles, and which lies approximately directly overhead when viewed from the Earth`s North Pole (or South Pole).
- ধ্ৰুবলোকdhrubalokaNoun
ধ্ৰুব থকা স্বৰ্গৰ এভাগ; উত্তৰ মেৰু
north pole
- ধ্ৰুৱdhru.boProper Adj.
এক অনিৰ্দ্দিষ্ট দীঘলীয়া সময়লৈকে অপৰিৱৰ্ত্তিত হৈ থাকিব বুলি আশা কৰা
expected to remain unchanged for an indefinitely long time.
- ধ্ৰুৱকdhru.bokAbstract Noun
এটা বস্তুক আনটোৰে ঘঁহা কাৰ্য্য।
The rubbing of one object or surface against another.
- ধ্ৰুৱজ্যোতিAbstract Noun
ধ্ৰুৱ তৰা বা নক্ষত্ৰৰ প্ৰভা
the ray of the North Star
- ধ্ৰুৱলোকxu.kha.dAbstract Noun
ধৰ্মীয় আৰু আধ্যাত্মিক দৰ্শনত উল্লেখিত এখন ঠাই, যাক আটাইতকৈ পৱিত্ৰ ঠাই হিচাপে গণ্য কৰা হয় আৰু মানুহে নিজৰ কৰ্মফল অনুসৰি এই ঠাইলৈ যোৱাৰ যোগ্যতা অৰ্জন কৰে বুলি ভবা হয়৷
The place of existence (sometimes held to exist in our own universe) in religions and spiritual philosophies, typically described as the holiest possible place, accessible by people according to various standards of divinity (goodness, piety, etc.).
- ধ্ৰুৱসত্যAbstract Noun
যি কথা বা বাক্য স্থায়ী বা চিৰ সত্য বুলি গণ্য কৰা হয়৷ বেদত থকা কথা৷
The word or truth written in Vedas. It is supposed to be absolute thruth. Can not be quesioned.
- ধ্ৰৌৱ্যdhrou.byoAbstract Noun
The characteristics unchanging in nature, value or extent with respect to any parameter like time, position, temperature, pressure, weather etc.
- ধ্ৱংসAbstract Noun
ভাঙি টুকুৰা-টুকুৰ কৰি বা অন্য উপায়ে ব্যৱহাৰৰ অনুপযোগী কৰি তোলা কাৰ্য্য।
the act of rendering useless by breaking into pieces or any other means.
- ধৰdharaNoun
সিৰ
a blood-artery
- ধৰণdharaṇaNoun
ধৰা কাৰ্য্য
the act of holding
- ধৰণ-কৰণdho.ron-ko.ronAbstract Noun
এজনে আনজনৰ সৈতে কৰা ক্ৰিয়া-প্ৰতিক্ৰিয়া।
the manner one treats another person.
- ধৰণধাৰণdho.ron.dha.ronAbstract Noun
কোনো কাম সম্পাদন কৰাৰ নিয়ম বা ধৰণ
the way of carrying out certain task