← ফুৰি যাওক

ধৰ

dhara

অৰ্থ

1.

সিৰ

a blood-artery

বি.

2.

সীমাৰ চিন; মাটিৰ মাজৰ সীমা; >

a boundary

বি.

3.

আচৰণৰ নিয়ম; ৰীতি

a rule of conduct

বি.

4.

পানী বন্ধ কৰা ভেঁটা; মখাউৰি; যেনে-"ব্ৰহ্মপুত্ৰ জল বাঢ়ি আক ডুবাবয়।...শুনি গৌৰেশ্বৰে ধৰ বান্ধিতে লাগিল" (শঙ্কৰ-চৰিত)

an embankment

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ধৰ · অসমীয়া অভিধান