কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ঘ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- ঘৰ-সংসাৰghor-xong.xarAbstract Noun
এটা পৰিয়াল বা এদল লোক, যি একেলগে বাস কৰে।
a group of people, often a family, who live together.
- ঘৰগিৰীNoun
ঘৰ চলাওঁতা; ডাঙৰ মানুহৰ ঘৰৰ সকলো কাম চলাবলৈ ভাৰ- পোবা ঘাই ভৱত্য
a steward; a head servant managing all the household affairs of a high family
- ঘৰঘৰ্gharagharNoun
চকৰি বা ঘূৰণীয়া বস্ত্ত বে গৰে ঘূৰিলে হোবা শব্দ
an imitative word used to express the sound produced by wheels in rapid motion
- ঘৰচিৰিকাNoun
মানুহৰ ঘৰত লোবা চিৰিক্ চিৰিক্ কৰি মতা এবিধ সৰু চৰাই; চটক
the house sparrow
- ঘৰচৰাইghor.so.raiCommon Noun
A small brwonish-grey bird
- ঘৰঞ্চিCommon Noun
চুটি নোম, দীঘল কেশৰ আৰু নেজ থকা এবিধ খুৰাযুক্ত জন্তু, যাক প্ৰাচীন কালৰে পৰাই ঘৰচীয়া জন্তু হিচাপে উঠি ফুৰিবলৈ আৰু বস্তু-বাহানি কঢ়িয়াবলৈ ব্যৱহাৰ কৰি অহা হৈছে ৷
A large hoofed mammal (Equus caballus) having a short-haired coat, a long mane, and a long tail, domesticated since ancient times and used for riding and for drawing or carrying loads.
- ঘৰণীgharaṇīNoun
গৱহিণী; ঘৈণী; যেনে -"তাৰে মাৰিবাৰে খেদে নন্দৰ ঘৰণী" (কীৰ্ত্তন)।
- ঘৰফলীয়াghor.pho.li.yaAbstract Noun
আহোম ৰাজত্বত এটি পদৱী৷ এতিয়া এটা উপাধি৷
A post in Ahom Kingdom. Now, a title.
- ঘৰবাসNoun
গৱহবাস।
- ঘৰশত্ৰুghor.xot.ruCommon Noun
নিজৰ দেশ আক্ৰমণ আৰু/বা দখল কৰা শত্ৰুৰ সৈতে মিত্ৰতা কৰি সহায় কৰা লোক; নিজৰ দেশৰ নিৰাপত্তাৰ সৈতে আপোচ কৰি শত্ৰুক সহায় কৰা বা আদৰা লোক
a person who corporates with and helps an enemy that has taken control of his/her country
- ঘৰাgharāNoun
মাটিৰে বেৰা পাক কৰা আখা; চৌকা
a walled support for cooking vessel
- ঘৰাকাতিgharākātiNoun
বাগৰি যোবা কাৰ্য্য; ঘৰামুটি
the act of falling down and rolling
- ঘৰানাgharānāNoun
পৰস্পৰা; সঙ্গীত-নৱত্য আদিৰ পৰস্পৰাবাহী লোক।
- ঘৰামুটিgharāmuṭiNoun
ঘৰাকাতি।
- ঘৰিণীghariṇīNoun
গৱহিণী; ঘৈণী; যেনে -"তাৰে মাৰিবাৰে খেদে নন্দৰ ঘৰণী" (কীৰ্ত্তন)।
- ঘৰিষণghariṣaṇaNoun
ঘৰ্ষণ; ঘঁহনি
friction
- ঘৰিষণাghariṣaṇāNoun
ঘৰ্ষণ; ঘঁহনি
friction
- ঘৰুণীgharuṇīNoun
গৱহিণী; ঘৈণী; যেনে -"তাৰে মাৰিবাৰে খেদে নন্দৰ ঘৰণী" (কীৰ্ত্তন)।
- ঘৰুবাgharubāAdjective
নিজৰ ঘৰৰ; আপোনাৰ মানুহ বা পৰিয়ালৰ ভিতৰত থকা বা হোবা
belonging to or produced in one's own house or family
- ঘৰুৱা জীৱনgho.ru.wa ji.wonAbstract Noun
পৰিয়ালৰ লোকৰ সৈতে কটোৱা জীৱন/সময়৷
home or family life.