← ফুৰি যাওক

ঘৰা

gharā

অৰ্থ

1.

মাটিৰে বেৰা পাক কৰা আখা; চৌকা

a walled support for cooking vessel

বি.

2.

নাদৰ মাটি নখহিবলৈ সাজি দিয়া ঘূৰণীয়া মেব

a circular ring fence erected inside a well to prevent land slip

বি.

3.

গছ আদিৰ চাৰিওফালে মেৰাই সজা ঘূৰণীয়া বেৰ

a ring fence

বি.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

ঘৰা · অসমীয়া অভিধান