কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘প’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- পূতpūtaAdjective
পবিত্ৰ।
- পূতিগন্ধময়pu.ti.gon.dho.moyProper Adj.
বেয়া গন্ধযুক্ত; অশান্তিদায়ক পৰিৱেশে সৃষ্টি কৰা বেয়া গন্ধ ৷
Smell that make someone unpleasant and uncomfortable.
- পূতিগন্ধিAdjective
(সং.)।
- পূতিগন্ধীpu.ti.gon.dhiProper Adj.
বেয়া গন্ধযুক্ত; অশান্তিদায়ক পৰিৱেশে সৃষ্টি কৰা বেয়া গন্ধ ৷
Smell that make someone unpleasant and uncomfortable.
- পূৰpurProper Adj.
কোনো বস্তুৰে সম্পূৰ্ণকৈ ভৰি থকা
occupied completely with something
- পূৰঠpūraṭhaAdjective
পূৰ্ণ বয়স পোবা; পৈণত
mature
- পূৰঠিpūraṭhiAdjective
পূৰ্ণ বয়স পোবা; পৈণত
mature
- পূৰাpūrāTransitive verb
পূৰ্ণ কৰ্
to complete
- পূৰিতpūritaAdjective
পূৰ্ণ কৰা; ধ্বনি কৰা; যেনে-"অধৰ সুধাকৰ পূৰিত বেণু" (বৰগীত)
fulfilled; satisfied; made resonant
- পূৰীয়াpūrīẏāAdjective
এপূৰা শস্য ধৰা
holding one purā of grain
- পূৰৈ-কলীয়াAdjective
পূৰৈৰ গুটিৰ নিচিনা ৰঙচুবা
light purple; violet
- পূৰৈয়াAdjective
পূৰৈৰ গুটিৰ নিচিনা ৰঙচুবা
light purple; violet
- পূৰ্pūrTransitive verb
পূৰণ কৰ্
to multiply
- পূৰ্ণpūrṇaAdjective
ভৰপূৰ; সম্পূৰ্ণ
full; complete
- পূৰ্ণকামAdjective
যাৰ বাঞ্ছা পূৰ্ণ হৈছে, কামনা সফল হোবা
having desires fulfilled; gratified
- পূৰ্ণকালীনpur.no.ka.linProper Adj.
কামৰ সম্পূৰ্ণ সময় লোৱা; যেনেঃ পূৰ্ণকালীন চাকৰি
taking up all the working hours; for example, a full-time job
- পূৰ্ণগ্ৰাসীVerbal Adj.
সম্পূৰ্ণৰূপে ঢাকি ধৰা
completely covered up
- পূৰ্ণবিকশিতpur.no.bi.ko.xi.toAdjective Adj.
পূৰাকৈ ফুলি উঠা (ফুল); সম্পূৰ্ণকৈ বৃদ্ধি বা বিকাশ হোৱা (ধাৰণা, আচনি আদি)
fully opened flower; fully developed ideas, schemes etc.
- পূৰ্ণবয়স্কpur.no.boyos.koProper Adj.
সম্পূৰ্ণকৈ বঢ়া বা পূৰাকৈ গঠন হোৱা
full grown, fully developed
- পূৰ্ণহতীয়াAdjective
গাৰ সম্পূৰ্ণ বল প্ৰয়োগ কৰি দুই হাতেৰে মৰা (টাঙোনৰ মাৰ)
using the full force of both the arms