পূৰ্
pūr
অৰ্থ
1.
পূৰণ কৰ্
to multiply
সক. ধা.
2.
পূৰ্ণ বা সিদ্ধি কৰ্; পূৰা
to satisfy
সক. ধা.
3.
বজা; ধ্বনি কৰ্; বতাহেৰে পূৰ্ণ কৰ্; যেনে -"অৰুণ অধৰে পূৰে সুললিত বেণু" (বৰগীত)
to make resonant; to fill with wind
অক. ধা.
4.
পূৰ্ণ
full
বিণ.
5.
সিদ্ধ
fulfilled
অক. ধা.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ