পূৰ্ণহতীয়া
অৰ্থ
1.
গাৰ সম্পূৰ্ণ বল প্ৰয়োগ কৰি দুই হাতেৰে মৰা (টাঙোনৰ মাৰ)
using the full force of both the arms
বিণ.
2.
দুয়ো হাত ভৰাই বা ভালকৈ পেট ভৰাই (খোবা)।
বিণ.
উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ