কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘জ’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- জ্ঞাতjñātaAdjective
জনা; জানি পোবা
known
- জ্ঞাতব্যAdjective
জানিব লগীয়া
fit to be known
- জ্ঞাতাjñātāAdjective
যি জানে।
- জ্ঞান-নিষ্ঠjñāna-niṣṭhaAdjective
তত্ত্বকথা জানিবলৈ অনুৰাগ থকা; যেনে-"জ্ঞান-নিষ্ঠ হুয়া সবে এৰিয়া বিষয়" (কীৰ্ত্তন)
devoted to attainment of spiritual knowledge
- জ্ঞান-পুতjñāna-putaAdjective
তত্ত্ব-জ্ঞানেৰে পাপ আদি ধ্বংস কৰি পবিত্ৰ হোবা; যেনে-"এহি জ্ঞান-পুত হৈয়া তৰিলা বিস্তৰ" (মিশ্ৰ-গীতা)
purified by truth
- জ্ঞানজ্যেষ্ঠgya.no.jyes.thoProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- জ্ঞানতৃষ্ণাProper Adj.
বিভিন্ন বিষয়-বস্তুৰ বিষয়ে জানিবলৈ আগ্ৰহী বা উৎসুক.
very interested in learning about different things
- জ্ঞানদায়কVerbal Adj.
জানিব লগা বা সাৰ কথা থকা
which can impart knowledge
- জ্ঞানপিপাসাProper Adj.
বিভিন্ন বিষয়-বস্তুৰ বিষয়ে জানিবলৈ আগ্ৰহী বা উৎসুক.
very interested in learning about different things
- জ্ঞানবন্তjñānabantaAdjective
জনা-বুজা; জ্ঞানী
wise
- জ্ঞানবানjñānabānaAdjective
জনা-বুজা; জ্ঞানী
wise
- জ্ঞানময়jñānamaẏaAdjective
জ্ঞানেৰে পূৰ্ণ; চৈতন্যময়; যেনে-"হৰিসে চৈতন্য আত্মা জ্ঞানময়" (নামঘোষা)
full of wisdom
- জ্ঞানলিপ্সুgi.yan.lip.suProper Adj.
বিভিন্ন বিষয়-বস্তুৰ বিষয়ে জানিবলৈ আগ্ৰহী বা উৎসুক.
very interested in learning about different things
- জ্ঞানশালীgyan.xa.liProper Adj.
জ্ঞান, বুদ্ধিমত্তা আৰু ইন্দ্ৰিয়ানুভূতি থকা, প্ৰকাশ কৰা বা তাৰ দ্বাৰা পৰিচালিত (ব্যক্তি)
having, showing, or dictated by wisdom, prudence, or sensibility
- জ্ঞানহীনjñānahīnaAdjective
অচেতন
insensible
- জ্ঞানাভাৱgi.ya.na.bhabProper Adj.
পূৰাকৈ বিকশিত নোহোৱা; বয়স বা অভিজ্ঞতাৰ দিশৰ পৰা আশানুৰূপ জ্ঞানী বা নম্ৰ নোহোৱা
not fully developed, not being as wise and calm as people expect from one's age or experience
- জ্ঞানাভিলাষীgiya.na.bhi.la.xiProper Adj.
বিভিন্ন বিষয়-বস্তুৰ বিষয়ে জানিবলৈ আগ্ৰহী বা উৎসুক.
very interested in learning about different things
- জ্ঞানীjñānīAdjective
বিজ্ঞ; জ্ঞান থকা; ব্ৰহ্ম-জ্ঞানী; তত্ত্ব-জ্ঞানী; . বি. জনা মানুহ; বিজ্ঞ মানুহ; ব্ৰহ্ম-জ্ঞানী লোক; তত্ত্ব-জ্ঞানী লোক
wise ; a wise man
- জ্ঞানে-গৰকাjñāne-garakāAdjective
বহু জ্ঞান পোবা
experienced
- জ্ঞানোক্তিমূলকProper Adj.
চিৰন্তন সত্য সন্নিৱিষ্ট কোনো এক সাধাৰণ ধাৰণা বা বিশ্বাসৰ সৈতে জড়িত
relating to an observation containing a general truth