← ফুৰি যাওক

জ্ঞান-নিষ্ঠ

jñāna-niṣṭha

অৰ্থ

1.

তত্ত্বকথা জানিবলৈ অনুৰাগ থকা; যেনে-"জ্ঞান-নিষ্ঠ হুয়া সবে এৰিয়া বিষয়" (কীৰ্ত্তন)

devoted to attainment of spiritual knowledge

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জ্ঞান-নিষ্ঠ · অসমীয়া অভিধান