← ফুৰি যাওক

জ্ঞানময়

jñānamaẏa

অৰ্থ

1.

জ্ঞানেৰে পূৰ্ণ; চৈতন্যময়; যেনে-"হৰিসে চৈতন্য আত্মা জ্ঞানময়" (নামঘোষা)

full of wisdom

বিণ.

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

জ্ঞানময় · অসমীয়া অভিধান