কোনটো শব্দৰ অৰ্থ জানিব বিচাৰে?
অসমীয়া শব্দৰ অৰ্থ, ৰোমান আখৰ আৰু ইংৰাজী ব্যাখ্যা এঠাইতে।
ফলাফল
‘ক’ আখৰেৰে আৰম্ভ হোৱা শব্দ
- কাৰ্যবাহীkāryabāhīAdjective
যি কাৰ্য্য বহন কৰে।
- কাৰ্য্যক্ষমProper Adj.
কোনো কাম কৰাৰ সামৰ্থ্য থকা
capable of doing certain work
- কাৰ্য্যকৰীAdjective
কাৰ্য্যত পৰিণত কৰা
executive
- কাৰ্য্যদক্ষkar.jyo.do.khyoProper Adj.
কোনো কাম কৰিব পৰা জ্ঞান আৰু কুশলতা থকা
able to carry out a task efficiently
- কাৰ্য্যনিৰ্বাহকkar.jyo.nir.ba.hokProper Adj.
অনুষ্ঠান, সংগঠন,কোম্পানী আদিত সিদ্ধান্ত লব পৰা আৰু তেনে সিদ্ধান্ত কামলৈ ৰূপান্তৰ কৰিব পৰা ক্ষমতা প্ৰাপ্ত বিষয়া বা সমিতি৷
an official (body)of an organization,institue,company etc. concerned/empowered with taking decision and putting decisions into effect. E.g. an Executive Engineer, Executive Council of a university.
- কাৰ্য্যবাহীkāryyabāhīAdjective
যি কাৰ্য্য বহন কৰে।
- কিং-কিঙিয়াProper Adj.
সঘনাই, সহজতে খং উঠা স্বভাৱৰ।
Becoming angry often and easily.
- কিংকৰ্তব্যতামূঢ়kiṅkartabyatāmūṛhaAdjective
কিংকৰ্ত্তব্যবিমূঢ়।
- কিংকৰ্তব্যবিমূঢ়kiṅkartabyabimūṛhaAdjective
কি কৰিব লাগে সেই বিষয়ে নজনাই বিবুদ্ধি; বিচূৰ্ত্তি
at a loss to understand what to do
- কিংকৰ্ত্তব্যতামূঢ়kiṅkarttabyatāmūṛhaAdjective
কিংকৰ্ত্তব্যবিমূঢ়।
- কিংকৰ্ত্তব্যবিমূঢ়kiṅkarttabyabimūṛhaAdjective
কি কৰিব লাগে সেই বিষয়ে নজনাই বিবুদ্ধি; বিচূৰ্ত্তি
at a loss to understand what to do
- কিংবদন্তিমূলকking.bo.don.ti.mu.lokProper Adj.
জনশ্ৰুতি অনুযায়ী আখ্যানপ্ৰসিদ্ধ ।
having to do with legends, remarkable enough to be famous.
- কিচকিচীয়াAdjective
অতিশয় (ক'লা)
excessively (black)
- কিছুkichuAdjective; Pronoun
অলপ; কিঞ্চিত
some; a little; a few
- কিছুমানkichumānaAdjective; Pronoun
অলপ; কিঞ্চিত
some; a little; a few
- কিছুসংখ্যকki.su.xong.khyokProper Adj.
সকলো নহয়, অনিৰ্দিষ্ট সংখ্যক
not all, being an undetermined or unspecified one
- কিঞ্চিতkiñcitaAdjective; Pronoun
কিছু; অলপ; অলপমান
a little
- কিঞ্চিতমানkiñcitamānaAdjective; Pronoun
কিছু; অলপ; অলপমান
a little
- কিঞ্চিন্মাত্ৰkin.sin.mat.roProper Adj.
লেখত ল`ব নলগীয়া ।
Not significant or important enough to be worth considering.
- কিঞ্চিৎkin.sitProper Adj.
অলপ পৰিমাণে, সামান্য পৰিমাণে ।
in small numbers or quantities