← ফুৰি যাওক

কিঞ্চিতমান

kiñcitamāna

অৰ্থ

1.

কিছু; অলপ; অলপমান

a little

বিণ. সৰ্ব্ব.

সমাৰ্থক শব্দ

2.

অলপ পৰিমাণে; অলপকৈ

slightly

ক্ৰি. বিণ.

সমাৰ্থক শব্দ

উৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ

কিঞ্চিতমান · অসমীয়া অভিধান