← ফুৰি যাওককিঞ্চিতkiñcitaঅৰ্থ1.কিছু; অলপ; অলপমানa littleবিণ. সৰ্ব্ব.সমাৰ্থক শব্দকিঞ্চিতমান · kiñcitamāna2.অলপ পৰিমাণে; অলপকৈslightlyক্ৰি. বিণ.সমাৰ্থক শব্দকিঞ্চিতমান · kiñcitamānaউৎস: চন্দ্ৰকান্ত অভিধান. সম্পূৰ্ণ উৎসৰ বিৱৰণ